অসম

assam

মৰিগাঁৱত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

By

Published : Oct 31, 2020, 10:57 PM IST

মৰিগাঁৱত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ জিলা উন্নয়ন পুঁজিৰ বিশ লাখ টকাৰ অনুমোদন ৷

মৰিগাঁৱত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
মৰিগাঁৱত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

মৰিগাঁও, 31 অক্টোবৰ:মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰমৰিগাঁৱৰ একমাত্ৰ আইন মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ভৱনৰ আধাৰশিলা স্থাপন ৷ মৰিগাঁৱৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে শনিবাৰে বৈদিক পৰম্পৰাৰে এই আধাৰশিলা স্থাপন কৰে ।

মৰিগাঁৱত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

জিলা উন্নয়ন পুঁজিৰ বিশ লাখ টকাৰ অনুমোদনেৰে নিৰ্মাণ হ'ব লগা ভৱনটোৰ বাবে ধন ৰাশি মোকলাই দিয়াৰ বাবে উদ্যোগক্তাসকলে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা উপায়ুক্ত লীন দাস প্ৰমুখ্যে বহুকেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:দীঘলীয়া প্ৰতিবাদ হাতত ল'ব তিৱা ছাত্ৰ সন্থাই

ABOUT THE AUTHOR

...view details