অসম

assam

পত্নীক উদ্দেশ্যি অশ্লীল মন্তব্য দিয়াৰ বাবেই দাৰে ঘপিয়াই বন্ধুক হত্যা

By

Published : Sep 24, 2022, 10:52 PM IST

পত্নীক উদ্দেশ্যি অশ্লীল মন্তব্য দিয়াৰ বাবেই দাৰে ঘপিয়াই বন্ধুক হত্যা
পত্নীক উদ্দেশ্যি অশ্লীল মন্তব্য দিয়াৰ বাবেই দাৰে ঘপিয়াই বন্ধুক হত্যা ()

ডিফুৰ মাঞ্জাত সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড ৷ বন্ধুৰ দাৰ ঘাপত প্ৰাণ গ’ল বন্ধুৰ (Man killed friend at Diphu) ৷

  • ডিফুৰ মাঞ্জাত সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড(Murder at Diphu)
  • বন্ধুৰ দাৰ ঘাপত প্ৰাণ গ’ল বন্ধুৰ(Man killed friend at Diphu)
  • ছম কুমাৰ ৰায়ৰ নামৰ এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে জ্যোতিষ ৰংহাং নামৰ লোকজনক
  • ছম কুমাৰ ৰায়ৰ পত্নীক উদ্দেশ্যি অশ্লীল মন্তব্য দিয়াৰ অভিযোগ জ্যোতিষ ৰংহাঙৰ বিৰুদ্ধে
  • বন্ধু ছম কুমাৰ ৰায়ৰ দাৰ ঘাপত ঘটনাস্থলীতে মৃত্যু হয় জ্যোতিষ ৰংহাঙৰ
  • হত্যাকাৰী ছম কুমাৰ ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details