অসম

assam

Corrupted govt employee arrested : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা

By

Published : Oct 29, 2022, 11:47 AM IST

শুকুৰবাৰে আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পুনৰ আন এজন শীৰ্ষ চৰকাৰী বিষয়া (Corrupted govt employee arrested) ৷ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা (Vigilance and Anti Corruption Assam)) ৷ এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ ৷ উৎকোচ লৈয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল শৰ্মা ৷

Corrupted govt employee ACS KK Sharma arrested while taking bribe
উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা

  • আকৌ হাত দাঙিলে আন এজন ঘোচখোৰ চৰকাৰী বিষয়াই
  • শুকুৰবাৰে আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন চৰকাৰী বিষয়া (Vigilance and Anti Corruption Assam)
  • উৎকোচ লোৱা সময়তে হাতে-লোটে ধৰা পৰে চৰকাৰী বিষয়াজন
  • ধৃত বিষয়াজন হৈছে ACS বিষয়া কে কে শৰ্মা (Corrupted govt employee Assam)
  • কে কে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই চলাই অভিযান
  • এই অভিযানত তেওঁৰ বাসগৃহৰ পৰা জব্দ কৰে ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা
    দুৰ্নীতি নিবাৰকৰ অভিযান
  • শুকুৰবাৰে ৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা
  • জানিব পৰা মতে, এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ
  • বৰ্তমানেও অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান

ABOUT THE AUTHOR

...view details