অসম

assam

আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন...

By

Published : Sep 10, 2019, 3:19 PM IST

1933 চনৰ 10 ছেপ্টেম্বৰত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবি গৰাকীয়ে

বিশিষ্ট কবি নীলমণি ফুকনৰ 68 সংখ্যক ওপজা দিন...

গুৱাহাটী, 10 ছেপ্টেম্বৰঃআজি বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন ৷1933 চনৰ 10 ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবি গৰাকীয়ে৷

বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন

কবিতাৰ জৰিয়তে কবি নীলমণি ফুকনে ৰাইজক দি গৈছে জীয়াই থকাৰ সুবাস ৷সমাজৰ বাস্তৱ ছবিক কবিতাৰ ছন্দত আঁকিছিল প্ৰবীণ কবি গৰাকীয়ে৷ উল্লেখ্য যে সাহিত্য জগতত আগবঢ়োৱা অৱদানৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কবি গৰাকীক প্ৰদান কৰে 'ডি লীট' ডিগ্ৰী । অসমৰ সাহিত্যজগতত এক নতুন ধাৰাৰ সূচনা কৰা কবিগৰাকীক আজি তেওঁৰ জন্মদিনত সকলোৱে অলেখ শুভকামনা জনাইছে৷ কলম আৰু কাগজকে সংগী কৰি আধা জীৱন পাৰ কৰা এইগৰাকী মহান কবিলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা৷

Intro:আজি বিশিষ্ট কবি তথা কলা সমালোচক নীলমণি ফুকনৰ ৮৬সংখ্যক ওপজা দিন। ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবিগৰাকীয়ে। অসমৰ সাহিত্যজগতত এক নতুন ধাৰাৰ সূচনা কৰা কবিগৰাকীক জন্মদিনত সকলোৱে জনাইছে অলেখ শুভকামনা। কবিতা জৰিয়তে নীলমণি ফুকনে ৰাইজক দি গৈছে জীয়াই থকাৰ সুবাস। সমাজৰ বাস্তৱ ছবিক কবিতাৰ ছন্দত আঁকিছিল প্ৰবীণ কবিগৰাকীয়ে। সাহিত্যজগতত আগবঢ়োৱা অৱদানৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কবিগৰাকীক প্ৰদান কৰে 'ডি লীট' ডিগ্ৰী। কলম আৰু কাগজকে সংগী কৰি আধা জীৱন পাৰ কৰা এইগৰাকী মহান কবিলৈ আমাৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা।

Body:Hirul Haque Conclusion:Guwahati

ABOUT THE AUTHOR

...view details