অসম

assam

Mob Lynching in Jorhat: গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস

By

Published : Nov 30, 2021, 8:59 AM IST

Updated : Nov 30, 2021, 5:14 PM IST

গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ গণ প্ৰহাৰৰ মূল অভিযুক্ত (Jorhat mob lynching main accused arrested) ৷ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক’লা ল’ৰা ওৰফে নীৰজ দাসক ৷

Jorhat mob lynching main accused arrested
Jorhat Mob Lynching : গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস

নিউজ ডেস্ক, 30 নৱেম্বৰ : যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ আন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষীয়ে (Jorhat mob lynching main accused arrested) ৷ গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰজ দাস আৰু নিৰজৰ ভাতৃ ভাইটী দাস ৷

গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ গণ প্ৰহাৰৰ মূল অভিযুক্ত নীৰজ দাস

এই ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে মুঠ দহ জন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ নাম ক্ৰমে, বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেব দাস, মহেশ দাস, সৰু ল’ৰা দাস, বঙালী দাস আৰু সুভাষ দাস বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

Last Updated :Nov 30, 2021, 5:14 PM IST

ABOUT THE AUTHOR

...view details