অসম

assam

হোজাইত বন বিভাগৰ জব্দ বহু পৰিমানৰ অবৈধ কাঠ

By

Published : Oct 22, 2019, 5:11 AM IST

হোজাইৰ লংকাত বন বিভাগৰ অভিযান ৷ এই অভিযানত পৃথকে পৃথকে জব্দ বহু পৰিমানৰ চেগুন সহ বনৰীয়া কচু ৷

হোজাইত বন বিভাগৰ জব্দ বহু পৰিমানৰ অবৈধ কাঠ


হোজাই, 21 অক্টোবৰঃ হোজাইৰ লংকাত বন বিভাগৰ অভিযান ৷ এই অভিযানত পৃথকে পৃথকে জব্দ বহু পৰিমানৰ চেগুন সহ বনৰীয়া কচু ৷ বিশেষ সূত্ৰৰ পম খেদি লংকা বন বিভাগে পৃথকে পৃথকে অভিযান চলাই জব্দ কৰে AS 02E 7697 নম্বৰৰ এখন চোৰাং চেগুন কাঠ ভৰ্ত্তি মেজিক গাড়ীসহ বনৰীয়া কচু ৷ জব্দকৃত চেগুনখিনিৰ মূল্য প্ৰায় ৭০ হেজাৰৰো অধিক হ'ব বুলি উল্লেখ কৰে বন বিভাগৰ লোকে ৷ অৱশ্যে ঘটনাস্থলীৰ পৰা চালক গৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয় ৷

হোজাইত বন বিভাগৰ জব্দ বহু পৰিমানৰ অবৈধ কাঠ

ABOUT THE AUTHOR

...view details