অসম

assam

হাইলাকান্দি কাটলিছেড়াত পথ নিৰ্মাণত দুৰ্নীতি

By

Published : Jul 25, 2019, 1:08 PM IST

হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা সমষ্টিৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷

হাইলাকান্দি কাঠলিছড়াত পথ নিৰ্মাণত দুৰ্নীতি

হাইলাকান্দি, 25 জুলাইঃ হাইলাকান্দি কাটলিছেড়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি ৷ পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বাবেই ৰাইজৰ মাজত তীব্ৰ সমালোচনা ৷ স্বাধীনতাৰ সুদীৰ্ঘ 70 বছৰ পাচতো পকী পথকলৈ সপোন দেখা গঞা ৰাইজৰ ক্ষোভ প্ৰকাশ ৷ উল্লেখ্য যে, হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা চক্ৰৰ কালিদাস পুঞ্জী সংযোগী পথছোৱা 2 কোটি 29 লাখ 26 হেজাৰ 900টকাৰে আৰম্ভ কৰিছিল যদিও কম সময়ৰ ভিতৰতে বিধ্বস্ত হৈ পৰে পথটো ৷ যাৰ বাবে হাইলাকান্দিৰ বিন্নি কনছট্ৰাকশ্বন নামৰ ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে স্থানীয় অভিচি মোৰ্চাৰ সভাপতি পৰিতোষ নাথে ৷

হাইলাকান্দি কাঠলিছড়াত পথ নিৰ্মাণত দুৰ্নীতি
Intro:SLUG :: PMGSY পথৰ দুৰ্নীতিলৈ ৰাইজৰ অভিযুগ অব্যাহত কাঠলিছড়াত।Body:O/C :: স্বাধীনতাৰ দীৰ্ঘ সাত দশক পিছত যদিও পথ নিৰ্মাণ কৰা হ'ল ইয়াৰে লৈ ৰাইজৰ মাজত তিব্ৰ সমালোচনা। নিৰ্বাচনৰ সময়ত বাৰ বাৰ জনপ্ৰতিনিধি সকলে প্ৰতিশ্ৰুতি দিয়াৰ পিছত এতিয়া কামৰ নামত চলিছে দুৰ্নীতি।Conclusion:V/O:- এটা পিএমজিএসওৱাই পথৰ নিম্নমান কামৰ বাবে হাইলাকান্দিত ৰাইজৰ মাজত তিব্ৰ সমালোচনা। স্বাধীনতাৰ দীৰ্ঘ ৭০ বছৰ পিছতো গঞাৰ স্বপ্ন পকা পথ। এইখন হাইলাকান্দি জিলাৰ কাটলিছেড়া বিধানসভা চক্ৰৰ কালিদাস পুঞ্জী সংযোগী পথ। এইখন পথাৰ সদ্ৰশ্য পথেৰে প্ৰতিদিন যাতায়াত কৰিবলগা হয় গাওঁখনৰ হাজাৰ হাজাৰ ৰাইজৰ। ২কোটি ২৯লাখ ২৬হেজাৰ ৯০০টকাৰ এই দুনম্বৰী পথ নিৰ্মাণৰে বৰ্তমানে জলাকলা খোৱাইছে গঞা ৰাইজক। হাইলাকান্দিৰ বিন্নি কন্চ্ট্ৰাকশন নামৰ কন্ট্ৰাক্টৰৰ বিৰুদ্ধে গোচৰ আনি কাটলিছেড়া এসডিওক ন্যায় বিছাৰি কম্প্লেন পত্ৰ প্ৰেৰণ কৰে স্থানীয় অভিচি মোৰ্চাৰ সভাপতি পৰিতোষ নাথে।

byte :: পৰিতোষ নাথ & headman কালিদাস পুঞ্জি

ABOUT THE AUTHOR

...view details