অসম

assam

ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন

By

Published : Sep 23, 2022, 3:27 PM IST

ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন
ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন ()

গোলাঘাটৰ মৰঙি চাহ বাগিচাত অঘটন ৷ ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন (Man sank in Dhansiri river)৷

  • গোলাঘাটৰ মৰঙি চাহ বাগিচাত(Marangi Tea Estate)অঘটন
  • ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন(Missing in Dhansiri river)
  • সন্ধানহীন লোকজনৰ নাম পৰমেশ্বৰ চবৰ বুলি জানিব পৰা গৈছে
  • নদীত গা ধুবলৈ গৈ গভীৰ পানীত ডুব যায় লোকজন(Man sank in Dhansiri river)
  • ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান

ABOUT THE AUTHOR

...view details