অসম

assam

Drugs seized at Dima Hasao: ডিমা হাছাওত ড্ৰাগছসহ তিনি যুৱক গ্ৰেপ্তাৰ

By

Published : Oct 23, 2022, 5:41 PM IST

ৰাজ্যখনত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে তীব্ৰ অভিযান (Anti drugs mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।

Drugs seized at Dima Hasao
ডিমা হাছাওত ড্ৰাগছসহ তিনি যুৱক গ্ৰেপ্তাৰ

  • ডিমা হাছাও জিলাত (Drugs seized in Dima Hasao) ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে ।
    ডিমা হাছাওত ড্ৰাগছসহ তিনি যুৱক গ্ৰেপ্তাৰ
  • আৰক্ষীয়ে জিলাখনত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে ।
    ডিমা হাছাওত ড্ৰাগছসহ তিনি যুৱক গ্ৰেপ্তাৰ
  • যোৱা দুদিনত ডিমা হাছাও আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ (Three drugs paddler arrested at Dima Hasao)কৰাৰ লগতে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে ।
  • গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হাফলং থানাৰ আৰক্ষীয়ে ১০.৫৮ হেৰ'ইনৰ লগতে ৩৩১ গ্ৰাম গাঞ্জা জব্দ কৰে ।

ABOUT THE AUTHOR

...view details