অসম

assam

গোলকগঞ্জত বনৰৌসহ আটক তিনিজন

By

Published : Jan 19, 2020, 12:57 PM IST

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা গুৱাহাটী শাখাৰ পৰা অহা এটা দলে গোপন সূত্ৰৰ ভিত্তিতে ছাগলীয়া বন বিভাগ আৰু গোলকগঞ্জ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য বন ৰৌটো ৷

গোলকগঞ্জত বনৰৌসহ আটক তিনিজন

ধুবুৰী, 11 নৱেম্বৰঃ দুষ্প্ৰাপ্য বনৰৌৰ চোৰাং বেহাই ভূস্বৰ্গ লৈ পৰ্যবসিত কৰিছে অসম-বংগ সীমান্ত । সোমবাৰে পুৱা ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলগুৰিত পুনৰ উদ্ধাৰ কৰিলে এটা বনৰৌ সহ এখন বাইক । বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা গুৱাহাটী শাখাৰ পৰা অহা এটা দলে গোপন সূত্ৰৰ ভিত্তিতে ছাগলীয়া বন বিভাগ আৰু গোলকগঞ্জ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য বন ৰৌটোক । এক গোপন অভিযানত আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলগুৰিৰ পৰা মইনুল হক, ৰফিকুল হক আৰু মনতাজ আলিক এখন AS-17-H8148 নম্বৰৰ গ্লেমাৰ বাইক সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ লগতে আন এজন চোৰাং ব্যৱসায়ী বুলবুল হকে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় বুলি মন্তব্য কৰে বন বিভাগৰ লোকে ।

গোলকগঞ্জত বনৰৌসহ আটক তিনিজন
Intro:গোলকগঞ্জত বনৰৌ উদ্ধাৰ । আজি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা , গুৱাহাটীৰ এটা দলে পুনৰ উদ্ধাৰ কৰিলে এটা দুষ্প্ৰাপ্য বন ৰৌ ।

Body:ANCHOR : দুষ্প্ৰাপ্য বন ৰৌৰ চোৰাং কাৰবাৰৰ ভূস্বৰ্গ লৈ পৰ্যবসিত অসম -বংগ সীমান্ত । আজি পুৱা ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলগুৰিত পুনৰ উদ্ধাৰ কৰিলে এটা বন ৰৌ সহ এখন বাইক । বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা গুৱাহাটী শাখাৰ পৰা অহা এটা দলে এক গোপন সূত্ৰত আহি ছাগলীয়া বন বিভাগ আৰু গোলকগঞ্জ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই দুষ্প্ৰাপ্য বন ৰৌ টোক । এক গোপন অভিযানত আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলগুৰিৰ পৰা মইনুল হক , ৰফিকুল হক আৰু মনতাজ আলিক এখন AS 17 H8148 গ্লেমাৰ বাইক সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু আন এজন চোৰাং ব্যৱসায়ী বুলবুল হকে ঘ্টনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ।Conclusion:প্ৰদীপ কুমাৰ সেন
গোলকগঞ্জ

ABOUT THE AUTHOR

...view details