অসম

assam

Awareness pragrame in Dhubri : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ধুবুৰীত আৰক্ষীৰ ৰুট মাৰ্চ

By

Published : Aug 8, 2022, 9:53 PM IST

স্বাধীনতা দিৱসৰ প্ৰকক্ষণত তৎপৰতা বাঢ়িছে অসম আৰক্ষীৰ (75th years of Independence of India)৷ সোমবাৰে ধুবুৰী আৰক্ষী ছাউনিৰ পৰা আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলীপৰ নেতৃত্বত ধুবুৰীত বাহিৰ কৰা হয় এক ৰুট মাৰ্চ কাৰ্যসূচী (Awareness Flag March by Dhubri police) ৷

Awareness pragrame in Dhubri
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ধুবুৰীত আৰক্ষীৰ ৰুট মাৰ্চ

ধুবুৰী, 8 আগষ্ট :সমাগত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস (75th years of Independence of India) ৷ স্বাধীনতা দিৱস উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী ৷ ইয়াৰ মাজতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোমবাৰে ধুবুৰী আৰক্ষীয়ে আয়োজন কৰে এক বিশাল ৰুট মাৰ্চ কাৰ্যসূচীৰ (Awareness pragrame in Dhubri) ৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ধুবুৰীত আৰক্ষীৰ ৰুট মাৰ্চ

জানিব পৰা মতে, শেহতীয়াকৈ অসম আৰক্ষীত যোগদান কৰি প্ৰশিক্ষণ লৈ থকা 85 আৰক্ষী জোৱানক লগত লৈ ধুবুৰী আৰক্ষীয়ে আয়োজন কৰে এই বিশাল ফ্লেগ মাৰ্চ কাৰ্যসূচী (Awareness Flag March by Dhubri police) । ধুবুৰী আৰক্ষী ছাউনিৰ পৰা আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলীপৰ নেতৃত্বত জনসাধাৰণক আস্থা প্ৰদানৰ উদ্দেশ্যে অসম আৰক্ষীয়ে বাহিৰ কৰে এই কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেইবা শতাধিক আৰক্ষী জোৱানে ।

লগতে পঢ়ক :Har Ghar Tiranga 2022: কাজিৰঙাত শতাধিক জীপ গাড়ীত উৰিল ত্ৰিৰংগ পতাকা

ABOUT THE AUTHOR

...view details