অসম

assam

Dhula Teenager Murder Case: আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক

By

Published : Nov 9, 2022, 8:56 PM IST

Updated : Nov 9, 2022, 9:57 PM IST

Dhula Teenager Murder Case
আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডত অভিযুক্ত চিকিৎসকক ()

আদালতত হাজিৰ কৰোৱা হ’ল CIDয়ে গ্ৰেপ্তাৰ কৰা তিনি চিকিৎসকক ৷ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ভুৱাকৈ দাখিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তিনি চিকিৎসক ক্ৰমে অজন্তা বৰদলৈ ,অনুপম শৰ্মা আৰু অৰুণ ডেকাক (Dhula Teenager Murder Case)৷

  • আদালতত হাজিৰ কৰোৱা হ’ল CIDয়ে গ্ৰেপ্তাৰ কৰা তিনি চিকিৎসকক(Arrested doctor in Mangaldoi)
  • মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ভুৱাকৈ দাখিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তিনি চিকিৎসক ক্ৰমে অজন্তা বৰদলৈ ,অনুপম শৰ্মা আৰু অৰুণ ডেকাক(CID arrested doctor in Mangaldoi)
  • যোৱা 11 জুনত ঢেকীয়াজুলি সংঘটিত হৈছিল এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা(Dhula Teenager Murder Case)
  • কিশোৰীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ভুৱা ৰিপৰ্ট প্ৰস্তুতৰ অভিযোগ উত্থাপিত হৈছিল চিকিৎসক তিনিগৰাকীৰ বিৰুদ্ধে
    আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক
Last Updated :Nov 9, 2022, 9:57 PM IST

ABOUT THE AUTHOR

...view details