অসম

assam

ছিণ্ডিকেট-গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হিন্দু যুৱ ছাত্ৰ পৰিষদ

By

Published : Feb 18, 2021, 11:45 AM IST

বুধবাৰে কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰি ছিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷ শীঘ্ৰে ইয়াৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে ৷

চিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হিন্দু যুৱ ছাত্ৰ পৰিষদ
চিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হিন্দু যুৱ ছাত্ৰ পৰিষদ

শিলচৰ,18 ফেব্ৰুৱাৰী: অসমত দিনে দিনে বাঢ়ি অহা ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কাছাৰৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷ বুধবাৰে কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি ছিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে অনাগত দিনত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

চিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হিন্দু যুৱ ছাত্ৰ পৰিষদ

ABOUT THE AUTHOR

...view details