অসম

assam

বিশ্ব মধুমেহ দিৱস উপলক্ষে 'ৰাণ কলগাছিয়া'ৰ আয়োজন

By

Published : Nov 14, 2019, 1:22 PM IST

'বিশ্ব মধুমেহ দিৱস' উপলক্ষে কলগাছিয়াত আয়োজন সজাগতামূলক দৌৰ প্ৰতিযোগিতা ৷ অনুষ্ঠানত 2শতাধিক যুৱক-যুৱতীৰ অংশগ্ৰহণ ৷

উদ্বোধক হিচাপে উপস্থিত থাকে জেৰিনা বৰুৱা

কলগাছিয়া, 14 নৱেম্বৰ: আজি 'বিশ্ব মধুমেহ দিৱস ৷' এই দিৱসৰ লগত সংগতি ৰাখি কলগাছিয়াৰ 'প'লিক্লিনিক এণ্ড ডায়েবেটিছ কেয়াৰ চেন্টাৰ'ৰ উদ্যোগত 'ৰাণ কলগাছিয়া' শীৰ্ষক এখন সজাগতামূলক দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

মধুমেহৰ ভয়াৱহতা তথা সাৱধানতা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত 2 শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

উদ্বোধক হিচাপে উপস্থিত থাকে জেৰিনা বৰুৱা

অনুষ্ঠানটিৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ নায়িকা জেৰিনা বৰুৱা ৷

সজাগতামূলক দৌৰ প্ৰতিযোগিতাৰ পুৰুষ শাখাত আজিবৰ ৰহমান আৰু মহিলা শাখাত ছানিয়া মিৰ্জাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ৷

বিশ্ব মধুমেহ দিৱস উপলক্ষে আয়োজন 'ৰাণ কলগাছিয়া'

লগতে পঢ়ক:গৃহহীন শিশুসকলৰ শিশু দিৱস উদযাপন

Intro:slug: as_jania_14nov_diabetes_day_run_kalgachia_vis2+byt3+pho1_story_aac10058

Anchor: ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিচ কেয়াৰ চেণ্টাৰৰ উদ্যোগত সজাগতা মূলক বিশ্ব ডায়েবেটিচ দিৱস পালন।Body:slug: as_jania_14nov_diabetes_day_run_kalgachia_vis2+byt3+pho1_story_aac10058

VO-1: আজি বিশ্ব ডায়েবেটিচ দিৱস। এই ডায়েবেটিচ দিৱসৰ লগত সংগতি ৰাখি আজি কলগাছিয়াৰ ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিচ কেয়াৰ চেণ্টাৰৰ উদ্যোগত ৰাণ কলগাছিয়া অনুষ্ঠিত কৰা হয়। ডায়েবেটিচৰ ভয়াবহতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা কলগাছিয়া ৰানত ২ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে। কলগাছিয়া ৰাণত উদ্বোধক হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ কাঞ্চনঝঙ্গা খ্যাত নায়িকা জেৰিনা বৰুৱা। উল্লেখ্য যে ডেয়েবেটিছ দিৱসৰ লগত সংগতি ৰাখি দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা। উক্ত প্ৰতিযোগিতাত ল'ৰাৰ আজিবৰ ৰহমান আৰু ছোৱালীৰ মাজৰ পৰা ছানিয়া মিৰ্জাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।Conclusion:slug: as_jania_14nov_diabetes_day_run_kalgachia_vis2+byt3+pho1_story_aac10058

Byte: জেৰিনা বৰুৱা, ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিচ কেয়াৰ চেণ্টাৰৰ সত্বাধিকাৰী ডাঃ নজৰুল ইছলাম আৰু প্ৰতিযোগী আজিবৰ ৰহমান।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

ABOUT THE AUTHOR

...view details