অসম

assam

ভাৰতীয় দলৰ প্ৰশংসাত পঞ্চমুখ প্ৰশিক্ষক ৰবি শাস্ত্ৰী

By

Published : Mar 29, 2021, 2:22 PM IST

ভাৰতীয় দলৰ প্ৰশংসাত পঞ্চমুখ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৷ ইংলেণ্ডক তিনিওটা ফৰমেটতে পৰাস্ত কৰাৰ পাচত গৌৰৱাম্বিত প্ৰশিক্ষক গৰাকী ৷

ভাৰতীয় দলৰ প্ৰশংসাত পঞ্চমুখ প্ৰশিক্ষক ৰবি শাস্ত্ৰী
ভাৰতীয় দলৰ প্ৰশংসাত পঞ্চমুখ প্ৰশিক্ষক ৰবি শাস্ত্ৰী

স্পৰ্টছ ডেস্ক, 29 মাৰ্চ : ভাৰতীয় দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৷ উল্লেখ্য যে, ক'ভিডৰ জটিল সময়ছোৱাত বিশ্বৰ শীৰ্ষ স্থানৰ দুটাকৈ দলৰ বিৰুদ্ধে পাঁচটা ক্ৰমাগত শৃংখলা জয়ৰ পাচতে উৎফুল্লিত হৈ পৰিছে প্ৰশিক্ষক গৰাকী ৷

অষ্ট্ৰেলিয়াক টি-20 আৰু টেষ্ট শৃংখলাত পৰাস্ত কৰাৰ পাচত ইংলেণ্ডক তিনিওটা ফৰমেটতে ক্লিন ছুইপ কৰে ভাৰতে ৷ শাস্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে কয়, "বিশ্বৰ শীৰ্ষ দুই দলৰ বিৰুদ্ধে ধাৰাবাহিকতা বৰ্তাই ৰখাৰ লগতে সকলো ফৰমেটৰে কঠিন সময়ত সংগ্ৰাম কৰাৰ বাবে অভিনন্দন জনাইছো ৷ মূৰ দোৱাইছো #TeamIndia #INDvsENG" ৷

লগতে পঢ়ক :ইংলেণ্ডক 7 ৰাণত পৰাস্ত কৰি ভাৰতৰ এদিনীয়া শৃংখলা দখল

ABOUT THE AUTHOR

...view details