অসম

assam

মুম্বাইত কৰীণা, মালাইকাই একেলগে কি কৰিছে ?

By

Published : Mar 14, 2021, 1:03 PM IST

বলিউড তাৰকা কৰীণা কাপুৰ, অনন্যা পাণ্ডেৰ লগতে কেবাজনো তাৰকাই পাপাৰাজ্জিৰ জৰিয়তে মুম্বাই আৰু তাৰ ওচৰৰ চাৰিওফালে বিভিন্ন ফটো তুলিছিল । শনিবাৰে কৰীণা কাপুৰক অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । লগতে, মালাইকা আৰোৰাকো বান্ধৱী অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । ইফালে, অনন্যা পাণ্ডেক আৰবাজ খানৰ 'চাট শ্ব'ৰ বাবে দেখা পোৱা গৈছিল ।

মুম্বাইত কৰীণা, মালাইকাই একেলগে কি কৰিছে?
মুম্বাইত কৰীণা, মালাইকাই একেলগে কি কৰিছে?

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: বলিউড তাৰকা কৰীণা কাপুৰ, অনন্যা পাণ্ডৰ লগতে কেবাজনো তাৰকাই পাপাৰাজ্জিৰ জৰিয়তে মুম্বাই আৰু তাৰ ওচৰৰ চাৰিওফালে বিভিন্ন ফটো তুলিছিল । শনিবাৰে কৰীণা কাপুৰক অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । লগতে, মালাইকা আৰোৰাকো বান্ধৱী অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । ইফালে, অনন্যা পাণ্ডেক আৰবাজ খানৰ 'চাট শ্ব'ৰ বাবে দেখা পোৱা গৈছিল ।

আনহাতে, কৰীণাই পৰৱৰ্তী ছবি 'লাল সিং চাড্ডা'ৰ বাবে আমীৰ খানৰ সৈতে একেলগে কাম কৰি থকা বুলি জানিব পৰা গৈছে । আনফালে, অনন্যাক পৰৱৰ্তী ছবি 'লিগাৰ'ত দেখিবলৈ পোৱা যাব । এই কেইগৰাকী নামী-দামী বলিউড তাৰকাৰ উপৰিও জুহু বীচ্চত পৰিনীতি চোপ্ৰাক পাপাৰাজ্জিৰ বাবে ফটো প'জ দিয়া পৰিলক্ষিত হয় । চোপ্ৰাক শেহতীয়াকৈ 'সন্দীপ ঔৰ পিংকী ফাৰাৰ'ত দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক: আকৌ প্ৰেমত পৰিছে ছুজেন খান !

ABOUT THE AUTHOR

...view details