অসম

assam

ভূপাল গেছ দুৰ্ঘটনাৰ 35 টা বছৰঃ প্ৰাপ্য বিচাৰি সংগ্ৰাম ভুক্তভোগীৰ

By

Published : Dec 3, 2019, 2:42 PM IST

Updated : Jan 22, 2020, 3:27 PM IST

ভূপাল গেছ দুৰ্ঘটনাৰ 35 টা বছৰঃ প্ৰাপ্য বিচাৰি সংগ্ৰাম ভুক্তভোগীৰ

ভূপালৰ ভয়ানক গেছ দুৰ্ঘটনাৰ বলি হোৱা আক্ৰান্তসকলে এতিয়াও ক্ষতিপূৰণ লাভ নকৰিলে প্ৰকৃতাৰ্থত ৷ প্ৰাপ্যৰ বাবে এতিয়াও সংগ্ৰাম কৰিবলগা হৈছে ভুক্তভোগী লোকসকলে ৷ দুৰ্ঘটনাটোৰ ফলত ভূপালত 20,000ৰো অধিক লোকৰ মৃত্যু হৈছে, তথা 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ আজিও আক্ৰান্ত লোকসকল তথা তেওঁলোকৰ শিশুসকল বিকলাংগ হৈ জন্ম হয় ৷

ভূপাল, 3 ডিচেম্বৰঃভাৰতৰ ইতিহাসত সৰ্বকালৰ এটা ভয়ানক দুৰ্ঘটনা৷ 35টা বছৰ পাৰ হৈ গ'ল ভূপালৰ গেছ দুৰ্ঘটনা, সময়, সলনি হ'ল বহ, কিন্তু আজিও ন্যায় নাপালে একাংশ লোকে ৷ 35 বছৰৰ আগত মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হোৱা ভয়ানক গেছ দুৰ্ঘটনাৰ কথা সকলোৰে মনত আছে ৷ কি এক বিভীষিকাময় পৰিস্থিতৰ সৃষ্টি হৈছিল ভূপালত ৷ হাজাৰৰো অধিক লোকে এই দুৰ্ঘটনাত মৃত্যুক সাবটি লৈছিল, জীৱনৰ বাবে পংগু হৈছিল বহু লোক ৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মাৰাত্মক ৰোগত আক্ৰান্ত হ'ল বহুলোক ৷ নৱজাতকৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে শৰীৰত দেখা গৈছিল বিসংগতি ৷ কিন্তু সেইসকল দুৰ্ভগীয়া লোকে আজিও সংগ্ৰাম কৰিব লগা হৈছে প্ৰাপ্যৰ পৰা ৷

ভূপালস্থিত ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডৰ এটা দৃশ্য

কি হৈছিল প্ৰকৃততে ?

1984 চনৰ 2 ডিচেম্বৰৰ মাজনিশা, ভূপালস্থিত ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডৰ ভূগৰ্ভস্থিত গেছ চেম্বাৰ অত্যাধিক চাপৰ বাবে ফাটি যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ গেছ চেম্বাৰত মজুত থকা 30 টন বিষাক্ত মিথাইল আইচ'ছায়ানেট গেছ নিৰ্গত হোৱাৰ ফলত বিষক্ৰিয়াত আক্ৰান্ত হৈ নিশাৰ ভিতৰতে 2,984 জন লোকৰ মৃত্যু হয় ৷ বিষক্ৰিয়াত আক্ৰান্ত হয় 6 হাজাৰ লোক ৷ এই দুৰ্ঘটনাত মুঠ 15,274 জন লোকে মৃত্যুক সাবটি লয় ৷ লগতে 5,74,000 জন লোকে আজীৱন পংগু হ'বলগীয়া হয় ৷

পৰিত্যক্ত অৱস্থাত থকা ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডৰ কাৰখানাৰ দৃশ্য

এটা নিশাতে মৃত্যু হৈছিল হাজাৰ হাজাৰ লোকৰঃ

মধ্যপ্ৰদেশ চৰকাৰে ঘোষণা কৰা তথ্য অনুসৰি এই ভয়ানক দুৰ্ঘটনাত ভূপালত মুঠ 3787 জন লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰ বহু বছৰ পিচত অৰ্থাৎ 2006 চনত মধ্যপ্ৰদেশ চৰকাৰে দাখিল কৰা এক শপতনামাত উল্লেখ কৰে যে,গেছ দুৰ্ঘটনাত 5,58125 জন লোক গুৰুতৰ ভাৱে আক্ৰান্ত হৈছিল আৰু 38,478 গৰাকী লোক বিভিন্ন ৰোগত আক্ৰান্ত হয় ৷ বহুলোক এই দুৰ্ঘটনাৰ ফলত শাৰিৰীকভাৱে পংগু হৈ পৰে ৷ বহুতৰে দেহত দেখা দিয়ে বিষক্ৰিয়াৰ চিন ৷ ভূপালৰ গেছ দুৰ্ঘটনা সন্দৰ্ভত চৰকাৰে দাখিল কৰা তথ্যৰ বিপৰীতে বেচৰকাৰী তথ্য অনুসৰি এই দুৰ্ঘটনাত 8 হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল৷ 35 বছৰ পূৰ্বে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফল আজিও ভোগ কৰিবলগা হৈছে ভূপালৰ জনসাধাৰণে৷ সন্তান জন্ম হ'লে এতিয়াও গেছ দুৰ্ঘটনাৰ বাবে বহু নৱজাতকৰ শৰীৰত দেখা যায় শাৰীৰিক অক্ষমতাৰ চিন ৷

এইটো গেছ চেম্বাৰৰ পৰাই নিৰ্গত হৈছিল মাৰাত্মক মিথাইল আইচ'ছায়ানেট গেছ

এতিয়াও ক্ষতিপূৰণ লাভ কৰা নাই ভুক্তভোগীয়েঃ

ভয়ানক গেছ দুৰ্ঘটনাৰ বলি হোৱা আক্ৰান্তসকলে এতিয়াও ক্ষতিপূৰণ লাভ নকৰাৰ প্ৰসংগ উত্থাপন হৈছে ৷ প্ৰাপ্যৰ বাবে এতিয়াও সংগ্ৰাম কৰিবলগা হৈছে ভুক্তভোগী লোকসকলে ৷ সেই ভয়ংকৰ নিশা সেইসকল লোকৰ যি বিড়ম্বনা হৈছিল,তেওঁলোক আজিও তাৰ ভুক্তভোগী ৷ 1991 চনৰ 3 অক্টোবৰ তাৰিখে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে,গেছ দুৰ্ঘটনাটোৰ ভুক্তভোগী ব্যক্তিসকলে কেন্দ্ৰৰ তৰফৰ পৰা ক্ষতিপূৰণ লাভ কৰিব যদি ক্ষতিগ্ৰস্তৰ সংখ্যা বৃদ্ধি পায় ৷ দেখা যায় যে,আনুষ্ঠানিকভাৱে ঘোষিত মৃতকৰ সংখ্যা আৰু দুৰ্ঘটনাত আক্ৰান্ত ব্যক্তিৰ সংখ্যাৰ মিল নাই যি প্ৰকৃততে যথেষ্ট বেছি আছিল ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত গেছ দুৰ্ঘটনা ভুক্তভোগী সংগঠনৰ সভাপতি সতীনাথ সদাংগীয়ে কয় যে, ৰাজ্য চৰকাৰে এই দুৰ্ঘটনাত আক্ৰান্তৰ সংখ্যা সম্পৰ্কে অৱগত কৰা তথা আদালতক বিভ্ৰান্ত কৰাটো ত্যাগ কৰিব লাগে ৷ তেখেতে আৰু কয় যে,ৰাষ্ট্ৰসংঘই কাৰখানাৰ দূষিত অৱস্থা পৰিস্কাৰ কৰাৰ বাবেও প্ৰস্তুত আছিল কিন্তু কেন্দ্ৰ বা ৰাজ্য চৰকাৰে উভয় পক্ষই ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত কোনো গুৰুত্ব প্ৰদান নকৰে ৷ অধিবক্তা জয় প্ৰকাশ ভট্টাচাৰ্যই কয় যে,"ছয় বছৰ ধৰি লোকসকলক ক্ষতিপূৰণ দিয়া হৈছিল,যাৰ অনুমোদনৰ বাবে প্ৰয়োজন হৈছিল বাৰ বছৰ,1992 পৰা 2004 পৰ্যন্ত শেষ মূহুৰ্তলৈকে আবেদন কৰা হৈছিল ৷ " তেওঁলোকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ বৃদ্ধিৰ বাবে এটি বিশেষ আবেদন দাখিল কৰিছিল, যি 2010 চনতহে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গৃহীত হৈছিল ৷ এই পৰিয়ালসমূহৰ বাবে যুদ্ধ কৰা সংগঠনসমূহৰ অভিযোগ, দুৰ্ঘটনাটোৰ ফলত ভূপালত 20,000ৰো অধিক লোকৰ মৃত্যুৰ ঘটনা ঘটিছে, তথা 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ প্ৰতিবেদনখনত এই কথাও প্ৰকাশ কৰা হৈছে যে,আক্ৰান্ত পৰিয়ালসকল তথা তেওঁলোকৰ শিশুসকল আজিও বিকলাংগ হৈ জন্ম হয় ৷

ভূপাল গেছ দুৰ্ঘটনাৰ 35 টা বছৰঃ প্ৰাপ্য বিচাৰি সংগ্ৰাম ভুক্তভোগীৰ
উল্লেখ্য যে, ইমান বছৰে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণৰ বাবে যুদ্ধ কৰাৰ পিছতো,গেছ দুৰ্ঘটনাত আক্ৰান্তসকলে আজি পৰ্যন্ত সঠিক স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰা নাই ৷ গেছ দুৰ্ঘটনাৰ ভুক্তভোগী সন্থা তথা আক্ৰান্ত পৰিয়ালসকলৰ অভিযোগ বিগত তিনি দশকে কেইবাখনো চাৰকাৰে শাসনত অধীষ্ঠিত হৈছে কিন্তু ৰাজ্য বা কেন্দ্ৰ কোনোখন চৰকাৰেই ক্ষতিগ্ৰস্ত সকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

লগতে চাওকঃধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰকঃ সাংসদ জয়া বচ্চন

Intro:नोट- फीड कैमरा लाइव व्यू से गैस मुआवजा स्लग से इंजस्ट की गई है।

भोपाल- विश्व की भीषणतम औद्योगिक त्रासदी भोपाल गैस कांड के 35 साल पूरे होने के बाद भी इसकी जहरीली गैस से प्रभावित लोग अब भी उचित इलाज पर्याप्त मुआवजा न्याय और पर्यावरणीय क्षति पूर्ति की लड़ाई लड़ रहे हैं। गैस पीड़ितों के हितों के लिए पिछले तीन दशकों से ज्यादा समय से काम करने वाले भोपाल गैस पीड़ित संगठनों की मानें तो हादसे के 35 साल बाद भी ना तो मध्य प्रदेश सरकार ने और ना ही केंद्र सरकार ने इसके नतीजों और प्रभावों का कोई समग्र आकलन करने की कोशिश की है ना ही इसके लिए कोई ठोस कदम उठाए गए हैं।


Body:14 और 15 फरवरी 1989 को केंद्र सरकार और अमेरिकी कंपनी यूनियन कार्बाइड कारपोरेशन के बीच हुआ समझौता पूरी तरह से धोखा था और उसके तहत मिली रकम का हर एक गैस प्रभावित को पांचवें हिस्से से भी कम मिल पाया है। जिसका नतीजा यह निकला कि गैस प्रभावितों को स्वास्थ्य सुविधाओं और राहत पुनर्वास मुआवजा और पर्यावरण क्षतिपूर्ति के साथ साथ न्याय इन सभी के लिए लगातार लड़ाई लड़नी पड़ी है। साल 2019 में भी गैस प्रभावितों के सबसे महत्वपूर्ण मुद्दों पर बहुत कम प्रगति होना गंभीर चिंता का विषय रहा है। गैस पीड़ित संगठनों ने कहा कि फरवरी 1989 में भारत सरकार और यूसीसी में समझौता हुआ था। जिसके तहत ही यूसीसी ने भोपाल गैस पीड़ितों को मुआवजे के तौर पर 470 मिलियन अमेरिकी डॉलर यानी कि 715 करोड रुपए दिए थे। संगठनों ने उसी वक्त इस समझौते पर यह कहकर सवाल उठाया था कि, इस समझौते के तहत मृतकों और घायलों की संख्या बहुत कम दिखाई गई है। जबकि हकीकत में यह संख्या बहुत ज्यादा है।

बाइट-1 सतीनाथ षडंगी, अध्यक्ष, गैस पीड़ित संगठन।
बाइट-2 पन्नालाल यादव, पीड़ित और प्रत्यक्षदर्शी।

इस मुआवजा राशि को लेकर 3 अक्टूबर 1991 को उच्चतम न्यायालय ने कहा था कि यदि यह संख्या बढ़ती है तो भारत सरकार मुआवजा देगी। इस समझौते में गैस रिसने से 3000 लोगों की मौत और 1.2 लाख प्रभावित बताए गए थे। जबकि असलियत में 15 हज़ार 274 मृतक और 5 लाख 74 हज़ार प्रभावित लोग थे। जो इस बात से साबित होता है कि भोपाल में दावा अदालतों द्वारा वर्ष 1990 से लेकर 2005 तक त्रासदी के इन 15 हज़ार 274 मृतकों के परिजनों और 5 लाख 74 हज़ार प्रभावितों को 715 करोड रुपए मुआवजे के तौर पर दिए गए हैं।

बाइट-3 जयप्रकाश भट्टाचार्य, गैस पीड़ितों के वकील।

संगठनों में दावा किया है कि 2 और 3 दिसंबर 1984 की दरमियानी रात को यूनियन कार्बाईड के भोपाल स्थित कारखाने से रिसी जहरीली गैस मिथाइल आइसोसाइनेट से अब तक 20 हज़ार से ज्यादा लोग मारे गए हैं। और लगभग 5 लाख से भी ज्यादा लोग प्रभावित हुए हैं। संगठनों ने कहा कि यूनियन कार्बाइड इंडिया लिमिटेड उस समय यूनियन कार्बाइड कारपोरेशन के नियंत्रण में था। जो अमेरिका की एक बहुराष्ट्रीय कंपनी है और बाद में डाउ केमिकल कंपनी के अधीन रहा।


Conclusion:गैस त्रासदी की जहरीली गैस से प्रभावित लोग अब भी कैंसर ट्यूमर सांस और फेफड़ों की समस्या जैसी गंभीर बीमारियों से ग्रसित है। प्रभावितों के पास पैसा नहीं होने के कारण उन्हें उचित इलाज भी नहीं मिल पा रहा है। और इलाज के नाम पर महज दो टेबलेट वितरित कर दी जाती है। गैस पीड़ित संगठन और इससे प्रभावित लोगों का आरोप है कि, तीन दशकों में इतनी सरकारें आई और गई। लेकिन न तो राज्य सरकारों ने और न ही केंद्र सरकारों ने गैस पीड़ितों के लिए कोई उपचारात्मक कदम उठाए है।
Last Updated :Jan 22, 2020, 3:27 PM IST

ABOUT THE AUTHOR

...view details