8দিন ধৰি নিৰুদ্দেশ যোৰহাটৰ এজন যুৱক: আলফা স্বাধীনত যোগদানৰ সন্দেহ

By

Published : Mar 23, 2022, 3:47 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

পুনৰ আলফা স্বাধীনলৈ আন এজন যুৱক । বৰ্তমান যোৰহাটৰ নিমাটি ভিতৰ ককিলা গাঁৱৰ যুৱক অংকুৰ দাসে আলফা স্বাধীনত যোগদানৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে(suspected ULFA-I joining of Jorhat Youth) ৷ উল্লেখ্য যে, কুশল দাসৰ পুত্ৰ অংকুৰ দাসে যোৱা দেওবাৰে ঘৰৰ পৰা জিমলৈ বুলি ওলাই গৈ ঘূৰি নহাত তেও আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰি সম্প্ৰতি শোকত ভাগি পৰিছে পিতৃ-মাতৃ ৷ জানিব পৰা মতে যোৰহাটৰ বাহনা কলেজৰ উচ্চতৰ মাধ্যমিকৰ (Student of Bahona College in ULFA-I) প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল অংকুৰ দাস (Youth in ULFA-I) ৷ সংবাদমাধ্যমৰ যোগেদি বৰ্তমান পুত্ৰক ঘূৰি আহিবলৈ কাঁতৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.