দোকানত সোমাল চিমেণ্ট ভৰ্তি ট্ৰাক

By

Published : Mar 30, 2022, 8:00 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

মঙ্গলবাৰে নিশা ৰহাত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা (Truck meets with accident in Raha) । গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন চিমেণ্ট ভৰ্তি ১৪ চকীয়া ট্ৰাকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰেক ফেইল হৈ ৰহা চাৰিআলিত ৰহা-বাৰপূজীয়া পথত অৱস্থিত চাৰিখন দোকান মহতিয়াই নিয়ে । এই দুৰ্ঘটনাটোত দোকানৰ ভিতৰত সোমাই থকা এজন লোক কথমপি ৰক্ষা পৰে । দুৰ্ঘটনাটোৰ ফলত বহুলাখ টকাৰ সা-সম্পত্তি নষ্ট হয় ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.