আমগুৰিত একে নিশাই ছয়টাকৈ স্থানত চুৰিকাণ্ড

By

Published : Sep 20, 2022, 7:48 PM IST

thumbnail

শিৱসাগৰৰ আমগুৰিত নিশা ৬টাকৈ স্থানত সংঘটিত হয় চুৰিকাণ্ড । আমগুৰি নগৰৰ কল্যাণ সমিতিৰ কাৰ্যালয়ৰ লগতে ৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই চুৰিকাণ্ড(Thief looted shops in Amguri) । আমগুৰি আৰক্ষী থানাৰ পৰা প্ৰায় ৪০০ মিটাৰ আঁতৰতে চোৰে চুৰি কাৰ্য সংঘটিত কৰাত সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । উল্লেখ্য যে আমগুৰি নগৰত দীৰ্ঘদিন ধৰি চোৰে চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই আহিছে(Theft cases increase in Amguri) । এইক্ষেত্ৰত আমগুৰি আৰক্ষীয়ে আজি পৰ্যন্ত এটাও চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.