Road accident in Golaghat : গোলাঘাট পথ দুৰ্ঘটনাত শিশুসহ কেইবাজনো আহত

By

Published : Apr 17, 2022, 7:30 PM IST

thumbnail

ৰঙালীৰ আনন্দৰ উল্লাসৰ মাজতে গোলাঘাট বৰতল তিনিআলিৰ সমীপত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা (Road accident in Golaghat) । AS-05C-8666 নম্বৰৰ এখন দাম্পাৰে বিপৰীত দিশৰ পৰা অহা AS-03-G8275 নম্বৰৰ এখন বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰভাৱে আহত হয় শিশুসহ কেইবাজনো লোক (Child and many people injured in Road accident)। ইফালে, স্থানীয়লোক আৰু আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইপিনে, দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দাম্পাৰখনৰ চালকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.