মাজুলীত গঁড়ৰ মুক্ত বিচৰণ

By

Published : Apr 3, 2021, 12:20 PM IST

thumbnail

মাজুলীত কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ৰ মুক্ত বিচৰণ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা গঁড়টোৱে যোৱা তিনিদিন ধৰি জিলাখনৰ ভালেমান অঞ্চলত মুক্তভাৱে বিচৰণ কৰি ফুৰিছে ৷ মাজুলী দৰিয়া পাৰ অঞ্চলত শনিবাৰে পুৱা স্থানীয় লোকসকলে গঁড়টো প্ৰত্যক্ষ কৰে । গঁড়ৰটোৰ এনে মুক্ত বিচৰণত শংকিত হৈ পৰিছে স্থানীয় লোক । বন বিভাগৰ লোকে গঁড়টোক সুকলমে কাজিৰঙালৈ ঘূৰাই পঠাবলৈ চেষ্টা চলাই আছে । খাদ্যৰ সন্ধানত গঁড়টো জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.