ETV Bharat / bharat

সিংহ ৰাশিক প্ৰয়োজন আত্ম-সংযমৰ...মীন ৰাশিৰ ব্যৱসায়ত বাধা...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 21st June

Daily Horoscope: আজি বৃশ্চিক ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ চাওক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 21st June 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 12:09 AM IST

মেষ ৰাশি: আজিৰ পৰা কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ জ্যোতিষশাস্ত্ৰ আৰু আধ্যাত্মিক বিষয়ত আপুনি আগ্ৰহী হ’ব ৷ আপোনাৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰিত কৰি ৰখাটো আপোনাৰ বাবে ভাল ৷ দুপৰীয়াৰ পিচত চাকৰি আৰু ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷ আপুনি হয়তো আপোনাৰ সন্তানক লৈ চিন্তিত হৈ আছে ৷ আপোনাৰ পত্নীৰ সৈতে যিকোনো পুৰণি মতানৈক্যৰ সমাধান হ’ব পাৰে ৷ প্ৰেম জীৱনৰ বাবে সন্তুষ্টিৰে ভৰা এটা দিন ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময় উপকাৰী ৷

বৃষ ৰাশি: দিনটো আনন্দৰে আৰম্ভ হ’ব ৷ আপোনাৰ জীৱনলৈ নতুন বন্ধু আহিব পাৰে ৷ পৰ্যটন বা ভ্ৰমণৰ আয়োজন হ’ব পাৰে ৷ দুপৰীয়াৰ পিচত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে ৷ আজি মানুহৰ লগত কথা পাতি থকাৰ মাজতে নিজৰ জ্ঞান আৰু অহংকাৰ নানিব ৷ গোপন শত্ৰুৰ পৰা সাৱধান হওক ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷

মিথুন ৰাশি: আজি আপোনাৰ মনোৰঞ্জন আৰু আনন্দ উপভোগ কৰাৰ দিন ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হ’ব ৷ কাৰ্যালয়টোত সহযোগিতামূলক পৰিৱেশৰ সৃষ্টি হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে পৰ্যটনস্থলী ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ মাৰ্জিত আহাৰ গ্ৰহণৰ সুযোগ থাকিব ৷ পৰিয়ালৰ সদস্যৰ মাজত হাঁহি আৰু সুখৰ পৰিবেশে বিৰাজ কৰিব ৷ অৱশ্যে আজি আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত ৷ দুপৰীয়াৰ পিচত নেতিবাচক চিন্তাই আপোনাক আমনি কৰিব পাৰে ৷

কৰ্কট ৰাশি: আজি সময়টো অলপ কঠিন হ’ব ৷ পেটৰ বিষে আমনি কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব, কিন্তু দুপৰীয়াৰ পিচত পৰিস্থিতি অধিক অনুকূল হৈ পৰিব ৷ স্বাস্থ্যৰ উন্নতি হ’ব পাৰে ৷ যিকোনো চিন্তা দুপৰীয়াৰ পিচত নাইকীয়া হৈ যাব ৷ যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক অধিক উন্নত হৈ উঠিব ৷

সিংহ ৰাশি: আজি সকলো কাম সাৱধানে কৰক ৷ মানসিক উদ্দেগ বৃদ্ধি হ’ব পাৰে ৷ ইয়াৰ বাবেই আপোনাৰ মনটো কৰ্মক্ষেত্ৰত নেতিবাচক চিন্তাৰে আগুৰি থাকিব পাৰে ৷ আপুনি কিছু অসুস্থতা অনুভৱ কৰিব পাৰে ৷ কোনো এটা বিষয়ত পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ এনে সময়ত সংযম বজাই ৰখাটো লাভজনক হ’ব ৷ ল’ৰা-ছোৱালীক লৈ চিন্তা হ’ব ৷ বৌদ্ধিক আৰু ৰাজনৈতিক আলোচনাৰ পৰা আঁতৰি থাকক ৷ সাৱধানে বিনিয়োগ কৰক ৷

কন্যা ৰাশি: আপুনি লাভৱান হ’ব ৷ সৌভাগ্য বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে ৷ সম্পৰ্কত প্ৰেম আৰু সন্মানৰ প্ৰাধান্য থাকিব ৷ দুপৰীয়াৰ পিচত হয়তো কিবা এটা চিন্তাত থাকিব পাৰে ৷ ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ব্যক্তিগত সম্পৰ্কত যিকোনো বিবাদে আপোনাক আমনি কৰিব পাৰে ৷ অভিভাৱকৰ স্বাস্থ্যক লৈ চিন্তা হ’ব ৷ ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও নতুন পৰিকল্পনা কৰিব পাৰে ৷

তুলা ৰাশি: আজি আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে ৷ আজি পৰিয়ালৰ সদস্যৰ লগত কথা পাতি থাকোঁতে শিষ্টাচাৰ পাহৰি নাযাব ৷ ধৰ্মীয় কামত ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ দুপৰীয়াৰ পিচত সুখ অনুভৱ কৰিব ৷ আৰ্থিক লাভ ৷ ভাগ্য আপোনাৰ অনুকূল হ’ব ৷ কামত সফলতা পাব ৷ বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ আপোনাৰ পত্নীৰ কথাক গুৰুত্ব দিয়ক ৷ প্ৰেম জীৱনত সন্তুষ্টি থাকিব ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷ ইয়াৰ বাবেই আপোনাৰ মন কামত কেন্দ্ৰীভূত হৈ থাকিব ৷ পৰিয়ালৰ মাজত সুখে বিৰাজ কৰিব ৷ খং লাগিলেও আজি খং নকৰিব ৷ দুপৰীয়াৰ পিচত নেতিবাচক চিন্তাই আপোনাক আমনি কৰিব পাৰে ৷ ধর্মীয় কামৰ বাবে খৰচ হ’ব ৷ শিক্ষা লাভৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কিছু বাধাৰ সন্মুখীন হ’ব পাৰে ৷

ধনু ৰাশি: আজি আপোনাৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু খং ত্যাগ কৰক ৷ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত কিছু তিক্ততাৰ সৃষ্টি হ’ব পাৰে ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ থাকিব ৷ আজি অপাৰেচনৰ দৰে কাম পৰিহাৰ কৰক ৷ দুপৰীয়াৰ পিচত কামত সফলতা পাব ৷ বন্ধু-বান্ধৱী আৰু আপোনজনক লগ পোৱাৰ সুযোগ পাব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হ’ব ৷

মকৰ ৰাশি: সামাজিকভাৱে খ্যাতি অৰ্জন কৰাৰ উপৰিও আজিৰ দিনটো পেছাগত, অৰ্থনৈতিক আৰু সামাজিক দিশতো এক লাভদায়ক দিন ৷ দুপৰীয়াৰ পিচত সাৱধানে কাম কৰক ৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক ৷ গাড়ী চলোৱাৰ সময়ত সাৱধান হওক ৷ মনোৰঞ্জন আৰু আনন্দৰ বাবে ধন ব্যয় হ’ব ৷ আদালতৰ কামৰ সৈতে মোকাবিলা কৰাৰ সময়ত সাৱধান হওক ৷

কুম্ভ ৰাশি: আপোনাৰ মান-সন্মান বাঢ়িব আৰু আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে ৷ প্ৰতিটো কাম সহজে সম্পূৰ্ণ হ’ব ৷ কাৰ্যালয়ৰ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ’ব ৷ পদোন্নতিৰ সম্ভাৱনা আছে ৷ বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে ৷ ব্যৱসায়তো লাভ হ’ব ৷ অংশীদাৰিত্বৰ কামত সফলতা লাভ কৰিব পাৰি ৷ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে এটা ভাল দিন ৷ অৱশ্যে বাহিৰত খোৱা-বোৱাৰ পৰা আপুনি বিৰত থকা উচিত ৷

মীন ৰাশি: ব্যৱসায়ত নতুন চুক্তিৰ বাবে আজি অনুকূল সময় নহয় ৷ বিষয়া আৰু বিৰোধীৰ লগত অসাৰ আলোচনা নকৰিব ৷ ভ্ৰমণ হ’ব পাৰে ৷ দুপৰীয়াৰ পিচত কাৰ্যালয়ৰ পৰিৱেশ অনুকূল হ’ব ৷ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব ৷ ব্যৱসায়ী লোকে ভ্ৰমণলৈ যাব পাৰে ৷ শিশুৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্ট হ’ব ৷ স্বাস্থ্যও ভাল হ’ব ৷ প্ৰেম জীৱনত সন্তুষ্টিৰ অনুভৱ হ’ব ৷

লগতে পঢ়ক : কুম্ভ-মিথুন-সিংহ ৰাশিয়ে লাভ কৰিব চাকৰিৰ সুযোগ...ধনু ৰাশিৰ বিবাহৰ যোগ...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.