ৰাজ্যবাসীলৈ জনাৰ্দন দেৱ গোস্বামীৰ বিহুৰ শুভেচ্ছা

By

Published : Apr 16, 2022, 2:20 PM IST

thumbnail

আজি গোঁসাই বিহু অৰ্থাৎ ব’হাগৰ দ্বিতীয়টো দিন ৷ ৰঙালীৰ ৰঙত মতলীয়া সমগ্ৰ ৰাজ্য ৷ ঢোল, তাল, পেঁপাৰ মাতত মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে দক্ষিণপাট গৃহাস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে(Rangali Bihu greetings from Janardan Dev Goswami) ৷ এক ভিডিঅ’ বাৰ্তাযোগে গোস্বামীয়ে কয় যে, এই ৰঙালী বিহুৱে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখক ৷ লগতে সমাজৰ পৰা অন্যায়, অবিচাৰ, হত্যা, হিংসা দূৰ কৰি এখন সুস্থ সমাজ গঢ়ি তোলক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.