মৰিগাঁৱত বিজয়ৰ হাঁহি মাৰিবলৈ সাজু ৰমাকান্ত দেউৰী

By

Published : May 2, 2021, 7:53 PM IST

thumbnail

মৰিগাঁৱৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰী ৰমাকান্ত দেউৰী বিজয় প্ৰায় নিশ্চিত । 35 হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে দেউৰী । আনহাতে জাগীৰোডৰ প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাই 21 হাজাৰ ভোটত আগবাঢ়ি আছে বিজয়ৰ পথত । একেদৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ মনোনীত প্ৰাৰ্থী ডঃ আচিফ নাজাৰ বিজয় হোৱাৰ দিশত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.