Police arrest with drugs: মৰিয়নীত ড্ৰাগছসহ আটক নাগালেণ্ডৰ আৰক্ষী জোৱান

By

Published : Aug 1, 2022, 3:33 PM IST

thumbnail

সমগ্ৰ দেশতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষী তথা নাৰ্কটিক্স কন্ট্ৰ’ল ব্যুৰ’ৱে (Campaign against drugs continues across India) । কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য । একাংশ আৰক্ষী জড়িত হৈ পৰিছে ড্ৰাগছ সৰবৰাহত (Drug smuggling in Assam) । এইবাৰ কাষৰীয়া ৰাজ্য নাগালেণ্ডৰ আৰক্ষী নামিল ড্ৰাগছ সৰবৰাহত । মৰিয়নীত নিচাজাতীয় টেবলেট সৰবৰাহৰ সন্দেহত নাগালেণ্ড আৰক্ষীৰ জোৱানক আটক কৰে মৰিয়নী আৰক্ষীয়ে (Naga police arrested in Mariani) ৷ মৰিয়নী নাগিনীজান চাহ বাগিচাৰ গাঁওৰক্ষী বাহিনীয়ে নিচা জাতীয় টেবলেটৰ সৈতে আটক কৰে এজন নগা আৰক্ষীৰ জোৱান । ধৃত নগা পুলিচ জনৰ নাম এপিচি ৰিখে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত দেবেৰাপাৰ আৰক্ষী উপস্থিত হৈ জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.