দিখৌমুখত মীন বিপ্লৱৰ সূচনা অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ

By

Published : May 6, 2021, 11:49 AM IST

thumbnail

শিৱসাগৰ জিলাৰ দিখৌমুখত মীন বিপ্লৱৰ সূচনা এজন অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ। দিখৌমুখ নকটানি কালুগাঁৱৰ অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া দ্বিজেন নেওগৰ একক প্ৰচেষ্টাৰে প্ৰকৃতি-প্ৰদত্ত স্থানীয় মৰিদিখৌত "সজাত মীন পালন" আঁচনিৰে সূচনা কৰিছে মীন বিপ্লৱৰ ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনস্থ মীন পালন প্ৰকল্পটোৰ প্ৰায় 80 শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাদায়ক শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম ৰাজসাহাৰ্য যুক্ত প্ৰকল্পটোত প্ৰায় 24 লাখ টকা ব্যয় হৈছে বুলি প্ৰকাশ কৰিছে কৃষি বিষয়া গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.