আকৌ এজনে খুলিছে মুখ; জোনমণিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য

By

Published : May 12, 2022, 10:26 PM IST

thumbnail

প্ৰৱঞ্চক ৰাণা পগাগ আৰু আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিছে আন এগৰাকী মাজুলীৰ লোকে (Joonmoni Rabha controversy) ৷ মাজুলী চুমৈমাৰী নিবাসী ৰঞ্জন কুটুম নামৰ লোকজন আনকি কাষ চাপিছে মাজুলী আৰক্ষীৰ ৷ জোনমণিয়ে চিনাকি কৰি দিয়াৰ পাচত ৰাণা পগাগক ONGC ৰ কামৰ বাবে ২৫ লাখ টকা দিছিল ৰঞ্জন কুুটুমে ৷ ৰাণা পগাগে সময়মতে টকা দিব নোৱাৰাৰ বাবে ৰাণাৰ দেউতাকৰ নামত থকা As 29 0003 নম্বৰৰ ইন’ভা গাড়ীখন নটাৰি কৰি লৈ আহে ৰঞ্জন কুুটুমে । সংবাদ মাধ্যমৰ আগত আদ্যোপান্ত বিৱৰি ক’লে লোকজনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.