কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ ফাৰ্মাচী অভিযান

By

Published : Jun 7, 2021, 1:31 PM IST

thumbnail

এতিয়াৰে পৰা সাৱধান হওঁক আপুনি । বিনা প্ৰেচক্ৰিপচনত ঔষধ কিনিবলৈ চেষ্টা নকৰিব । এই বিষয়ত হঠাৎ ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে অভিযান কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ । চক্ৰ বিষয়া গৰকীয়ে সহযোগী চক্ৰ বিষয়াক লগত লৈ বাইহাটা চাৰিআলিৰ মাজ মজিয়াত থকা ফাৰ্মাচীসমূহ পৰিদৰ্শন কৰে । কামৰূপ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে কৰ’ণা মহামাৰীৰ সময়ত যাতে বিনা প্ৰেচক্ৰিপচনত ঔষধ বিক্ৰি নকৰে তাৰ বাবে সজাগতা অনাৰ বাবে এই ফাৰ্মাচী পৰিদৰ্শন কৰা বুলি উল্লেখ কৰে । পৰিদৰ্শনৰ সময়ত চক্ৰ বিষয়া গৰাকীয়ে পঞ্জীয়ণৰ প্ৰমান পত্ৰকে ধৰি যাৱতীয় নথি পত্ৰও পৰিদৰ্শন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.