প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী

By

Published : May 2, 2022, 7:36 PM IST

thumbnail

গুজৰাটৰ পৰা অসমলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ অহাৰ প্ৰসংগত আজি নতুন দিল্লীস্থিত AICC ৰ মুখ্য কাৰ্যালয়ত বিশেষভাৱে সৰৱতা প্ৰকাশ কৰে দলিত নেতা তথা গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে (Jignesh Mevani on his arrest by Assam police) ৷ 2500 কি:মি: দূৰৈৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি নিয়াৰ আগেয়ে নিশ্চয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই ষড়যন্ত্ৰৰ সূচনা হৈছিল বুলিও মন্তব্য কৰে মেৱানীয়ে (Jignesh Mevani on conspiracy behind his arrest) ৷ অসম আৰক্ষীৰ ভূমিকাকলৈয়ো কৰিলে বিশেষ মন্তব্য ৷ সবিশেষ চাও আহক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.