Cobra rescued: তিতাবৰত উদ্ধাৰ বিষাক্ত ফেঁটী সাপ

By

Published : Aug 3, 2022, 4:21 PM IST

thumbnail

তিতাবৰত উদ্ধাৰ এডাল বিষাক্ত ফেঁটী সাপ(Indian Cobra rescued at Titabor)৷ তিতাবৰৰ এজন যুৱকে উদ্ধাৰ কৰে এই বিষাক্ত সাপডাল ৷ তিতাবৰত SNAKE MAN হিচাপে জনাজাত এই যুৱকজন হৈছে নিখিল ভূমিজ ৷ বিগত ৮ৰ পৰা ৯ বছৰ ধৰি অতি সাধাৰণভাৱে এই যুৱকজনে ধৰি আহিছে বহুতো বিষাক্ত সাপ ৷ আনহাতে, নিশা তিতাবৰৰ ধলি চাহ বাগিছাৰ এজন লোকৰ বাসগৃহৰ পৰা যুৱকজনে উদ্ধাৰ কৰে 6 ফুট দীঘল বিষাক্ত চকৰী ফেঁটী সাপডাল ৷ শেষত সাপডাল উদ্ধাৰ কৰি যুৱকজনে বন বিভাগক চমজাই দিয়ে ৷ তিতাবৰ বন বিভাগে সাপডাল গিবন অভৰায়ন্যত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে(India cobra released into the forest) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.