Selection Examination of Health department: বতৰ ভাল হ’লেহে স্বাস্থ্য বিভাগৰ বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব !

By

Published : Jul 11, 2022, 5:06 PM IST

thumbnail

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য (4th Grade Selection Examination of Health department)৷ জুলাইৰ অন্তত নতুবা আগষ্টৰ প্ৰথম সপ্তাহতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা ৷ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ অনুকূল বতৰলৈ অপেক্ষা কৰিছে স্বাস্থ্য বিভাগে (Health department recruitment) । কলিয়াবৰত এই মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰত এক অনুষ্ঠানত যোগদান কৰিবলৈ অহাৰ সময়তে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব‍্য ৰাজ‍্যৰ স্বাস্থ‍্যমন্ত্ৰীগৰাকীৰ । উল্লেখ‍্য যে ৰাজ‍্যৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে দুবাৰকৈ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষা বাতিল কৰা হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.