Girl Kidnapper: কলিয়াবৰত নিশা দুৰ্বৃত্তই দাঙি নিলে ছয়বছৰীয়া শিশুক

By

Published : Aug 4, 2022, 2:39 PM IST

thumbnail

কলিয়াবৰত নিশা চাঞ্চল্যকৰ ঘটনা । সোপাধৰাই দাঙি নিলে ছয়বছৰীয়া কন্যাক(Attempt to kidnap child in Koliabar) । কলিয়াবৰৰ ১ নং হাতীগাঁও চাহ বাগিছাত ১৭ নং লাইনত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা । আহমেদ আলি নামৰ ব্যক্তিজনৰ ছবছৰীয়া কন্যাক নিশা দুই মান বজাত সোপাধৰাই মাতৃৰ লগত শুই থকাৰ পৰাই দাঙি লৈ যায় । পিছত শিশুটোৱে চিঞৰ বাখৰ কৰাত বাগিচাৰ মাজত পেলাই থৈ যায় শিশুটো । ঘটনা সন্দৰ্ভত স্থানীয় মিছা আৰক্ষীক খবৰ দিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.