কৰিমগঞ্জত ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ

By

Published : Sep 24, 2022, 9:48 PM IST

thumbnail

ড্ৰাগছ বিৰোধী অভিযানত কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য(Huge amount of drugs seized in Karimganj) । অভিযানত জব্দ ৫০ লক্ষ টকাৰ ব্ৰাউন ছুগাৰ(Brown sugar seized in Karimganj) । গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে কৰিমগঞ্জৰ সমীপত থকা টোল গেটৰ সম্মুখত পৰা জব্দ কৰে ৪৩ কেছ ব্ৰাউন ছুগাৰ । ড্ৰাগছসহ আটক কৰে কামাল উদ্দিন নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক(Drug peddler arrested with drugs) । অধিক তথ্য়ৰ সন্ধানত আৰক্ষীয়ে অব্য়াহত ৰাখিছে তদন্ত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.