হাফলঙৰ কেবিনেট বৈঠকত কি সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰে ?

By

Published : Jan 19, 2022, 9:21 PM IST

thumbnail

দিশপুৰৰ বাহিৰত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা হ’ল ৰাজ্যিক কেবিনেটৰ বৈঠক ৷ বুধবাৰে এই বৈঠকৰ সমাপ্তিৰ পিছতে এক সংবাদমেল সম্বোধন কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলখন সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কি ক’লে সেয়া চাওক এই প্ৰতিবেদনত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.