নগাঁৱৰ বিভিন্ন পূজা মণ্ডপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Oct 3, 2022, 1:38 PM IST

thumbnail

আজি মহাষ্টমী (Maha Ashtami 2022)। মহাষ্টমী উপলক্ষে নগাঁৱৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Chief Minister Himanta Biswa Sarma) । কেইবাটাও কাৰ্যসূচী লৈ সোমবাৰে পুৱাই নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মহা অষ্টমীত নগাঁৱত উপস্থিত হৈ দেৱী দুর্গাৰ আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma at Puja Mandaps) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.