নাট্যকাৰ বিপ্লৱজ্যোতি ভূঞাৰ জামিন লাভ

By

Published : Sep 20, 2022, 10:39 PM IST

thumbnail

অৱশেষত জামিন লাভ কৰিলে ফেচবুকত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আপত্তিজনক প'ষ্ট দি গ্ৰেপ্তাৰ হোৱা নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাই(Biplab Jyoti Bhuyan granted bail) । জামিন লাভ কৰিও নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাই মঙলবাৰে নিশাও কটাব লাগিব নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰতেই(Controversial post about Shankardev on Facebook) । নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলে বিপ্লৱ জ্যোতি ভূঞা । বুধবাৰে ৰাতিপুৱা বিপ্লৱ জ্যোতি ভূঞাক নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে ভাতৃ নয়ন জ্যোতি ভূঞায়ে । বিগত ৩১ আগষ্টত ননৈৰ নিজা বাসভৱনৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাক(Playwrighter Biplab Jyoti Bhuyan arrested) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.