ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অসমীয়া বিজেপি বাৰ্তা উন্মোচন

By

Published : Jul 1, 2022, 9:47 PM IST

thumbnail

শুকুৰবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জুলাই মাহৰ 'অসমীয়া বিজেপি বাৰ্তা'খনৰ (BJP's monthly magazine Asomiya BJP Barta ) ষষ্ঠ বর্ষৰ সপ্তম সংখ্যাটো বিজেপিৰ উপ সভাপতি অশোক ভট্টৰায়ে উন্মোচন কৰে (Asomiya BJP Barta released in Guwahati) ৷ এই বিজেপি বাৰ্তাৰ জৰিয়তে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি, বিভিন্ন দলীয় কৰ্মসূচী, দলীয় চিন্তা চর্চা আদি প্ৰচাৰ হয় । এই বাৰ্তা ৰাজ্যৰ বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই নিজ নিজ অঞ্চললৈ নি বিজেপি চৰকাৰৰ ভাল ভাল আঁচনি আৰু কৰ্মসূচী ৰাইজৰ মাজত দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.