বদৰপুৰত বানাক্ৰান্তৰ খবৰ ল’লে ভূপেন বৰাই

By

Published : Jul 8, 2022, 1:43 PM IST

thumbnail

ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) ক্ৰমাৎ উন্নত হোৱাৰ সময়তে শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হৈ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora visited flood affected area of Karimganj) ৷ লগতে বদৰপুৰৰ দুটাকৈ আশ্ৰয় শিবিৰত কিছু সাহাৰ্য প্ৰদান কৰে সভাপতিগৰাকীয়ে (Bhupen Bora distributed flood relief at Badarpur) ৷ তাৰোপৰি অঞ্চলটোৰ ভগা মথাউৰিৰ লগতে বৰাক নদীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি শীঘ্ৰে বৰাক উপত্যকাৰ বাবে এটা স্পেচিয়েল পেকেজ ঘোষণা কৰাৰ দাবী জনায়৷ আনহাতে ৷ SDRF নিয়ম অনুযায়ী বানে বিধস্ত কৰা সকলো বাট পথ ঠিক কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (APCC president Bhupen Bora) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.