কামপুৰত যুৱকৰ কামনাৰ বলি 50ৰ উৰ্ধৰ মহিলা

By

Published : Oct 28, 2021, 2:11 PM IST

Updated : Oct 28, 2021, 2:30 PM IST

thumbnail

নগাঁৱৰ কামপুৰৰ পলশা গাঁৱত এজন যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী 50 বছৰৰ উৰ্ধৰ মহিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি, মহিলাগৰাকীয়ে আন দিনাৰ দৰে সোমবাৰেও খৰি আনিবৰ বাবে পথাৰলৈ যোৱাৰ সময়তে কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কাণ্ড সংঘটিত কৰে যুৱকজনে । ইয়াৰ পাচতে মহিলাগৰাকীয়ে স্থানীয় ৰাইজক সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে ৷ ৰাইজে অভিযুক্ত যুৱকজনক আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷

Last Updated : Oct 28, 2021, 2:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.