মাণিকপুৰত দুই জুৱাৰী কৰায়ত্ত

By

Published : Nov 6, 2021, 10:23 AM IST

thumbnail

শুকুৰবাৰে মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বাউবাৰীৰ পৰা দুজন জুৱাৰীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ দীপাৱলী উপলক্ষে জুৱা খেলি থকাৰ সময়তে দুয়োকে কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ জুৱাৰী দুজন ক্ৰমে চন্দন সৰকাৰ আৰু ৰাম মোদক বুলি জানিব পৰা গৈছে ৷ দুয়োজনৰে পৰা জুৱা খেলত ব্যৱহৃত সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.