Anti Drugs Mission : ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক নলবাৰী আৰক্ষীৰ

By

Published : Dec 3, 2021, 10:37 PM IST

thumbnail

নলবাৰী আৰক্ষীয়ে(Nalbari Police News) অভিযান চলাই শুকুৰবাৰে ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে(Two drug peddlers arrested ) ৷ যুৱক দুজনৰ নাম ক্ৰমে, ধন আলী আৰু মুন আলী । নলবাৰীৰ সমীপৰ জয়মংগলা গাঁৱৰ নিবাসী এই দুই যুৱকৰ পৰা ১২ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.