Fraudster Mridupaban Neog Case: প্ৰৱঞ্চক মৃদুপৱনৰ দুই সতীৰ্থক আটক

By

Published : Feb 3, 2022, 3:51 PM IST

thumbnail

প্ৰৱঞ্চনাই নহয়, বহু অপৰাধৰ গোচৰ আছে মৃদুপৱন নেওগৰ বিৰুদ্ধ (Fraudster Mridupaban Neog)। মৃদুপৱন নেওগক বিচাৰি অব্যাহত নগাঁও আৰক্ষীৰ অভিযান । শিৱসাগৰৰ আমগুৰিৰ পৰা আটক মৃদুপৱনৰ দুই সহযোগীক । মৃদুপৱন নেওগৰ দুই সহযোগী ৰক্তিম গগৈ আৰু অভিজিৎ গগৈক আটক কৰি সোধ পোছ আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । নগাঁও আৰক্ষীৰ পৰা মৃদুপৱন নেওগ সাৰি যাব নোৱাৰিব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । আৰক্ষীক সহযোগ কৰিবলৈ মৃদুপৱন নেওগক আহ্বান জনাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.