কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ তিৱা নিৰ্বাচনৰ ভোটগণনা

By

Published : Dec 19, 2020, 9:38 AM IST

thumbnail

নগাঁও ডচন হাইস্কুলত আৰম্ভ কৰা হৈছে তিৱা নিৰ্বাচনৰ ভোট গণনা । পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে এই ভোটগণনা । নগাঁৱৰ দহটা পৰিষদীয় সমষ্টিৰ ভোটগণনা চলি আছে নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 35 আসনৰ বাবে 124 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ ভোটগণনাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.