গোলাঘাটত চাকৰি নিয়মীয়া কৰণক লৈ শিক্ষকৰ প্ৰতিবাদ

By

Published : Sep 21, 2021, 9:49 PM IST

thumbnail

গোলাঘাটত শিক্ষকৰ প্ৰতিবাদ । গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ গোলাঘাট জিলা সমিতি আৰু বিভিন্ন অৰাজনৈতিক জাতীয় সংগঠনৰ সহযোগত মঙলবাৰে ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । শিক্ষামন্ত্ৰী হায় হায়, অতি শীঘ্ৰে পদ প্ৰাদেশিকৰণ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.