স্থানীয় ব্যক্তি হ’ব মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী !

By

Published : Jan 24, 2022, 7:15 AM IST

thumbnail

বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ পাছত দেওবাৰে পোন প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হয় ভৱেশ কলিতা(State BJP president Bhabesh Kalita visits Majuli) । মাজুলী জিলা সভাপতিগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি মাজুলী বিধান সভাৰ আগন্তুক উপ-নিবাচন সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে (Local person will be candidate for Majuli by-election) ৷ সভাত আগন্তুক উপ-নিবাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলৰ লগত কৰিলে গুৰুত্বপূৰ্ণ আলোচনা ৷ ৰাজ্যিক বিজেপিৰ সম্পাদক পুলক গোহাঁই উপস্থিত থকা সাংগঠনিক সভাখনত ৰহাৰ বিধায়ক শশী কান্ত দাসৰ বিজেপি গমন প্ৰসংগতো ৰাজ্যিক সভাপতিগৰাকীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.