National Unity Day : এছ এছ বিৰ পষেকজোৰা কাৰ্যসূচীৰ সামৰণি

By

Published : Nov 14, 2021, 5:36 PM IST

thumbnail

চৰ্দাৰ বল্লভ ভাই পেটেলৰ 75 সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজন কৰা পোন্ধৰদিনীয়া কাৰ্যসূচীৰ অন্তিমটো অনুষ্ঠান ৰঙিয়াৰ মৰাণজানাস্থিত এছ এছ বিৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰঙিয়াৰ মাজেৰে এক ৰেলী উলিওৱা হয় । এই ৰেলীত এছ এছ বিৰ জোৱানসকলৰ লগতে পাইপ বেণ্ডেও অংশগ্ৰহণ কৰে । ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাইপ বজাই যোৱা দলটোৱে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । এই ৰেলীৰ জৰিয়তে এছ এছ বিৰ জোৱানসকলে চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদান সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে সমাজৰ মাজত একতাৰ বাৰ্তা দিবলৈ চেষ্টা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.