হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় সমস্যা সমাধান কৰিব বুলি আশাবাদী পৱন মান্তা

By

Published : May 10, 2021, 7:45 AM IST

Updated : May 10, 2021, 10:41 AM IST

thumbnail

নিজ কৰ্মদক্ষতাৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক সুকীয় পৰিচয় আছে । ৰাজ্যৰ সমস্যাসমূবহ সমাধান কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমখনক আগুৱাই নিব বিচাৰে । দেওবাৰে এই মন্তব্য কৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই । আনকি নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিধায়িনী দলৰ সকলো বিষয়ববীয়াক ধন্যবাদ জনায় তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ এইবাৰ জনজাতীয় সমস্যা সমাধান কৰাত ড৹ হিমন্ত বিশ্ব শৰ্মাই আগভাগ ল’ব বুলি মন্তব্য কৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই ।

Last Updated : May 10, 2021, 10:41 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.