পাথাৰকান্দি বিকল ইভিএম

By

Published : Apr 1, 2021, 10:49 AM IST

thumbnail

ৰাজ্যৰ 39 টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ভোটকেন্দ্ৰ সমূহত পুৱাৰে পৰা ভিৰ কৰিছে ভোটাৰে ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিত পুৱাৰ ভাগৰে পৰা বহু ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইফালে পাথাৰকান্দি সমষ্টিৰ 70 নং ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম । যাৰ ফলত ভোটাৰ সকলৰ মাজত কিছু অস্বস্তিকৰ পৰিৱেশ সৃষ্টি হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.