গোৱালপাৰাত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা 3 ছাত্ৰৰ মাজৰ এজনৰ মৃতদেহ উদ্ধাৰ

By

Published : Sep 16, 2021, 5:11 PM IST

thumbnail

গোৱালপাৰা কাছাৰীঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা তিনি ছাত্ৰক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান৷ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ উদ্ধাকাৰী দলে ইতিমধ্যে তিনিজনৰ মাজৰ নবিৰ হুছেইন নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে দুজন ছাত্ৰ৷ আন দুজনক বিচাৰি অভিযান তীব্ৰৰ কৰি তুলিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ৷ নবিৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে চাইনুৰ ইছলাম আৰু মুক্তাৰ হুছেইন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.